অভিযোগ কৰা ব্যক্তিজনে ৰাজ্যিক স্তৰত বিভাগৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁলোকে অভিযোগৰ স্পষ্ট বৰ্ণনা, পূৰ্বতে নিবাৰণৰ কাৰণে বিষয়াবৰ্গ/চেনেলৰ সৈতে গোচৰটোৰ পটভূমি প্ৰদান কৰে।তেওঁলোকে এইটোও বুজি উঠা উচিত যে বিছুমান অভিযোগ প্ৰতিকাৰ কৰিবলৈ অলপ সময়ৰ প্ৰয়োজন হয়। বিষয়াসকলৰ তালিকা তলত উন্নেখ কৰা হলঃ-
ৰাজ্যিক পৰ্য্যায়-
শ্ৰীমতী বুলবুল ৰয়, অ.অ.সে.
অৱৰ সচিব,
সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগ, অসম
শ্ৰীমতী ডি.বি. মালাকাৰ, অ.অ.সে.
যুটীয়া সচিব,
সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগ, অসম
শ্ৰীমতী এল. এছ. চাংচান, ভা.প্ৰ.সে.
প্ৰধান সচিব,
সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগ, অসম
ফোন নং- ০৩৬১ ২২৬১৫৯৭